ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Non static block - Assamese

619 visits



Outline:

নন স্ট্যাটিক ব্লক * দুটা কাৰ্লী বন্ধনীত কোনো কোড লেখা * নির্মাণ কৰা প্রতিটো বস্তুৰ বাবে একজিকিউছন * কনস্ট্ৰাকটৰৰ একজিকিউছনৰ আগত একজিকিউছন * ক্লাসৰ ইনস্ট্যান্স সদস্য ভেৰিয়েবলক আৰম্ভ কৰিব পাৰে * NonStaticTest নামৰ এটা শ্রেণী তৈয়াৰ কৰা * ইয়াৰ ভিতৰত এটা নন স্ট্যাটিক ব্লক আৰু এটা কনস্ট্ৰাকটৰ তৈয়াৰ কৰা * আউটপুট চেক কৰক * একাধিক নন স্ট্যাটিক ব্লক অন্তর্ভুক্ত কৰক * সেইবোৰে ক্লাসত প্রদর্শিত হোৱা ক্রমানুসাৰে একজিকিউছন কৰা হব * আউটপুট চেক কৰক * নন স্ট্যাটিক ব্লক কনস্ট্ৰাকটৰৰ বাবে এটা বিকল্প নহয়