Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Primitive type conversions - Assamese

937 visits



Outline:

প্ৰিমিটিভ প্রকাৰৰ ৰুপান্তৰ * টাইপ ৰুপান্তৰ বা টাইপ কাস্টিং নির্ধাৰণ * উচ্চতৰ ক্ৰমৰ পূর্ণসংখ্যা পৰা নিম্ন ক্ৰমৰ পূর্ণসংখ্যা-স্পষ্ট টাইপ কাস্টিং * স্পষ্ট টাইপ কাস্টিং দেখোৱাবলৈ প্রোগ্রাম * স্পষ্ট টাইপ কাস্টিংত সাধাৰণ ভুল. * স্পষ্ট টাইপ কাস্টিংত সাধাৰণ ভুল দেখোৱাবলৈ বাবে প্রোগ্রাম * নিম্ন ক্ৰমৰ পূর্ণসংখ্যা পৰা উচ্চতৰ ক্ৰমৰ পূর্ণসংখ্যা-স্পষ্ট টাইপ কাস্টিং * অন্তর্নিহিত টাইপ কাস্টিং দেখোৱাবলৈ প্রোগ্রাম * কাৰ পৰা পূর্ণসংখ্যা * পূর্ণসংখ্যা পৰা কাৰ * charৰ পৰা int type casting দেখোৱাবলৈ প্রোগ্রাম .