Half-Day Online Pilot Workshop on AutoDock4 on 9 August 2024, 2:00 pm to 5.30 pm. Click here to register.

Programming features Eclipse - Assamese

538 visits



Outline:

Eclipseৰ প্রোগ্রামিংৰ বৈশিষ্ট্য * স্বয়ং সমাপ্ত আপোনি যেতিয়া বক্রবন্ধনী খুলে সংশ্লিষ্ট বন্ধ বক্রবন্ধনী সেট কৰক আপোনি যেতিয়া কোড টাইপ কৰা আৰম্ভ কৰে পদ্ধতিৰ এটা ড্রপ ডাউন তালিকা প্রদান কৰে * সিনট্যাক্স হাইলাইটিং * Classname গোলাপী ৰঙত আৰু মেথদ নীলা ৰঙত হাইলাইট হয় * কীবোর্ড শর্টকাট * F11 এটা প্রোগ্রাম ডিবাগ কৰিবলৈ আৰু Ctrl + এটা নির্দিষ্ট ফাইল search কৰিবলৈ * এৰৰ হাইলাইটকৰণ * প্রোগ্রামত থকা Cross চিহ্নয়ে এৰৰ উল্লেখ কৰে যেতিয়া মাউস Hov হয় সেমিকোলন অতৰাৱক আৰু এৰৰ বিবৰণ প্রদর্শন কৰা হয়