Getting Ready for Moodle Installation - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

304 visits



Outline:

Moodle ইনষ্ট’ল কৰিবৰ বাবে প্ৰয়োজনীয় চিষ্টেম সবিশেষ XAMPP ৰ বাবে চেক কৰা PHP সংস্কৰণ চেক কৰা MySQL(MariaDB) সংস্কৰণ চেক কৰা এৰ’ৰ বাৰ্তা "Unable to connect" সমাধান কৰা আৰু XAMPP চাৰ্ভিচ আৰম্ভ কৰা এৰ’ৰ বাৰ্তা "Command not found" সমাধান কৰা আৰু XAMPP চাৰ্ভিচ আৰম্ভ কৰা এৰ’ৰ বাৰ্তা “An apache daemon is already running” সমাধান কৰা আৰু XAMPP চাৰ্ভিচ আৰম্ভ কৰা এৰ’ৰ বাৰ্তা "MySQL daemon failed to start" সমাধান কৰা আৰু XAMPP চাৰ্ভিচ আৰম্ভ কৰা Moodle ৰ বাবে এজন ইউজাৰ আৰু দেতাবেচ বনোৱা সফলতাৰ কনফাৰমেচন বাৰ্তা