Grading Quiz in Moodle - Assamese

This is a sample video. To access the full content,
please Login

623 visits



Outline:

Moodle ত কুইজ কেনেকৈ চেষ্টা কৰা হয়? Moodle কুইজত কেনেকৈ প্ৰশ্ন এটা ফ্লেগ কৰা হয় Moodle ত মোৰ কুইজৰ চেষ্টাসমূহক কেনেকৈ ৰিভিউ কৰা হয় Moodle ত ষ্টুদেন্তে চাবমিত কৰা কুইজৰ চেষ্টাসমূহক ৰিভিউ কৰা এটা নিৰ্দিষ্ট কুইজৰ প্ৰশ্নৰ বাবে কেনেকৈ মতামত যোগ কৰা হয় শিক্ষক এজনে কেনেকৈ কুইজ মাৰ্কচ অগ্ৰাহ্য কৰিব পাৰে ষ্টুদেন্তে চাবমিত কৰাৰ পাছত কেনেকৈ কুইজ এটাত প্ৰশ্নসমূহ এদিত কৰা হয় কুইজৰ চেষ্টাসমূহক ৰিগ্ৰেদ কৰা Moodle ত কুইজৰ চেষ্টাসমূহক দিলিত কৰা Moodle ত ষ্টুদেন্তসমূহৰ কুইজৰ ফলাফলক দাউনল’দ কৰা