Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Users in Moodle - Assamese

This is a sample video. To access the full content,
please Login

640 visits



Outline:

Moodle ত মেনুৱেলি নতুন ইউজাৰ এজন যোগ কৰা ইউজাৰ বনাওঁতে বাধ্যতামূলক আৰু অপচনেল ফিল্দসমূহ বুজা Moodle ত ইউজাৰ এজনৰ প্ৰোফাইল এদিত কৰা ইউজাৰ এজনক কেনেকৈ দিলিত কৰা হয়? ইউজাৰ এজনক কেনেকৈ চাচপেন্দ কৰা হয়? Moodle ত বাল্কত ইউজাৰচ আপল’দ কৰা বাল্কত ইউজাৰচ আপল’দ কৰিবলৈ প্ৰয়োজন হোৱা CSV ফাইলক বুজা CSV ফাইলত বাধ্যতামূলক আৰু অপচনেল ফিল্দসমূহ বাল্কত আপল’দ কৰা CSV ফাইলৰ দ্বাৰা ইউজাৰক কৌৰ্চসমূহ আৰু ভূমিকাত নিয়োগ কৰা ইউজাৰৰ তালিকা ব্ৰাউজ কৰা