Functions Basic - Assamese

953 visits



Outline:

ফাংচনচ (মৌলিক) যেতিয়া পৃষ্ঠাটো ল’ড হয় স্ক্ৰিপ্তটো কাৰ্যকৰী হোৱাকৈ ৰাখিবলৈ, আপুনি ইয়াক এটা ফাংচনৰ ভিতৰত থ’ব পাৰে ফাংচন এটা কাৰ্যকৰী হ’ব ফাংচনটোলৈ এটা কলৰ দ্বাৰা পৃষ্ঠা এটাৰ যিকোনো ঠাইৰ পৰা আপুনি ফাংচন এটা কল কৰিব পাৰে গাঠণি: ফাংচন ফাংচননেম() কাৰ্যকৰী হ’বলগা ক’ড;