Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Loops Do While Statement - Assamese

842 visits



Outline:

লোপচ (Loops) – দু-হোৱাইল ষ্টেতমেন্ত (Do-While Statement) দু...হোৱাইল ষ্টেতমেন্তটোৱে ক’ডৰ ব্লকটো সদায় এবাৰ কাৰ্যকৰী কৰিব, তাৰপাছত ই চৰ্তটো পৰীক্ষা কৰিব, আৰু লোপটো পুনৰাবৃত্তি কৰিব যেতিয়া চৰ্তটো সত্য হয় Do(দু) কাৰ্যকৰী হ’বলগা ক’ড; হোৱাইল( while) (চৰ্ত);