Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

GET Variable - Assamese

970 visits



Outline:

গেত(GET) ভেৰিয়েবল method(পদ্ধতি)="get" ৰ সৈতে পঠোৱা ফৰ্ম এখনৰ পৰা মান সমূহ সংগ্ৰহ কৰিবলৈ নিৰ্মানিত $_GET ফাংচনটো ব্যৱহাৰ কৰা হয় গেত(GET) পদ্ধতিৰ সৈতে ফৰ্ম এখনৰ পৰা পঠোৱা তথ্য সকলোৰে বাবে দৃশ্যমান হয়(ই ব্ৰ’জাৰৰ এদ্ৰেচ বাৰত দৰ্শিত হ’ব) ইয়াৰ পঠাবলগীয়া তথ্যৰ পৰিমাণৰ সীমা আছে