If Statement - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

546 visits



Outline:

ইফ ষ্টেতমেন্ত(If Statement) ইফ ষ্টেতমেন্ত – এই ষ্টেতমেন্তটো কিছুমান ক’ড কাৰ্যকৰী কৰিবলৈ ব্যৱহাৰ কৰক মাত্ৰ যদি এটা নিৰ্দিষ্ট চৰ্ত(condition) সত্য(true) হয় ইফ...এলচ ষ্টেতমেন্ত – কিছুমান ক’ড কাৰ্যকৰী কৰিবলৈ এই ষ্টেতমেন্তটো ব্যৱহাৰ কৰক মাত্ৰ যদি এটা চৰ্ত(condition) সত্য(true) হয় আৰু অন্য ক’ড যদি চৰ্তটো অসত্য(false) হয় ইফ...এলচইফ....এলচ ষ্টেতমেন্ত - কাৰ্যকৰী হ’ব লগা বহুতো ক’ডৰ ব্লকৰ পৰা এটাক নিৰ্বাচিত কৰিবলৈ এই ষ্টেতমেন্তটো ব্যৱহাৰ কৰক