MySQL Part 4 - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

519 visits



Outline:

MySQL (অংশ 4) দাতাবেচ টেব’লৰ পৰা দাতা পোৱা আৰু ইয়াক দৰ্শিত কৰা SELECT(চিলেক্ত) QUERY(কোৱেৰী) - SELECT(চিলেক্ত) * FROM(ফ্ৰম)table(টেব’ল)_name(নেম) WHERE(হোৱেৰ) att1='abc' // কোৱেৰীয়ে দাতাবেচৰ পৰা মানটো ঘূৰাই দিয়ে যেতিয়া att1 = abc হয় mysql_num(নাম)_rows() – আমি এইমাত্ৰ দিয়া কোৱেৰীটোত থকা ৰৌজৰ (rows) সংখ্যাটো আমাক দিয়ে ORDER(অৰ্দাৰ) BY(বাই) – আউতপুতৰ ফলাফলটো ক্ৰম কৰাত সহায় কৰে যেতিয়া মানসমূহ দাতাবেচৰ পৰা নিৰ্বাচিত কৰা হয় ব্যৱ্হাৰ DESC নিম্নক্ৰমৰ বাবে / ASC উৰ্দ্ধক্ৰমৰ বাবে