No questions yet
511 visits
Outline:MySQL (অংশ 5) mysql_fetch(ফেতচ)_assoc(এচ’ক) — এটা ৰৌ (row)ৰ ফলাফলক এটা এচ’চিয়েতিভ এৰে (associative array) হিচাপে নিয়ে array(এৰে) mysql_ fetch(ফেতচ)_assoc(এচ’ক) ( resource(ৰিচৌৰ্চ) $result(ৰিজাল্ট) ) //এচ’চিয়েতিভ এৰে (associative array) এটা ঘূৰাই দিয়ে যি প্ৰদত্ত ৰৌ (row)টোৰ অনুৰূপ হয় আৰু আভ্যন্তৰীণ দাতা পইন্তাৰক আগলৈ গতি কৰায় । mysql_ fetch(ফেতচ)_assoc(এচ’ক)() ঐচ্ছিক দ্বিতীয় পাৰামিটাৰৰ বাবে MYSQL_ASSOC(এচ’ক) ৰ সৈতে mysql_fetch(ফেতচ)_array() কোৱাৰ দৰে সমতুল্য হয় । ই মাত্ৰ এটা এচ’চিয়েতিভ এৰে (associative array) ঘূৰাই দিয়ে
MySQL (অংশ 5) mysql_fetch(ফেতচ)_assoc(এচ’ক) — এটা ৰৌ (row)ৰ ফলাফলক এটা এচ’চিয়েতিভ এৰে (associative array) হিচাপে নিয়ে array(এৰে) mysql_ fetch(ফেতচ)_assoc(এচ’ক) ( resource(ৰিচৌৰ্চ) $result(ৰিজাল্ট) ) //এচ’চিয়েতিভ এৰে (associative array) এটা ঘূৰাই দিয়ে যি প্ৰদত্ত ৰৌ (row)টোৰ অনুৰূপ হয় আৰু আভ্যন্তৰীণ দাতা পইন্তাৰক আগলৈ গতি কৰায় । mysql_ fetch(ফেতচ)_assoc(এচ’ক)() ঐচ্ছিক দ্বিতীয় পাৰামিটাৰৰ বাবে MYSQL_ASSOC(এচ’ক) ৰ সৈতে mysql_fetch(ফেতচ)_array() কোৱাৰ দৰে সমতুল্য হয় । ই মাত্ৰ এটা এচ’চিয়েতিভ এৰে (associative array) ঘূৰাই দিয়ে
Show video info
Pre-requisite