ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

MySQL Part 5 - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

This is a sample video. To access the full content,
please Login

688 visits



Outline:

MySQL (অংশ 5) mysql_fetch(ফেতচ)_assoc(এচ’ক) — এটা ৰৌ (row)ৰ ফলাফলক এটা এচ’চিয়েতিভ এৰে (associative array) হিচাপে নিয়ে array(এৰে) mysql_ fetch(ফেতচ)_assoc(এচ’ক) ( resource(ৰিচৌৰ্চ) $result(ৰিজাল্ট) ) //এচ’চিয়েতিভ এৰে (associative array) এটা ঘূৰাই দিয়ে যি প্ৰদত্ত ৰৌ (row)টোৰ অনুৰূপ হয় আৰু আভ্যন্তৰীণ দাতা পইন্তাৰক আগলৈ গতি কৰায় । mysql_ fetch(ফেতচ)_assoc(এচ’ক)() ঐচ্ছিক দ্বিতীয় পাৰামিটাৰৰ বাবে MYSQL_ASSOC(এচ’ক) ৰ সৈতে mysql_fetch(ফেতচ)_array() কোৱাৰ দৰে সমতুল্য হয় । ই মাত্ৰ এটা এচ’চিয়েতিভ এৰে (associative array) ঘূৰাই দিয়ে