Sending Email Part 2 - Assamese

841 visits



Outline:

চেন্দিংগ ইমেইল (অংশ 2) নেমটো আৰু বাৰ্তাটো উপভোক্তাৰ দ্বাৰা এন্টাৰ কৰা হৈছে নেকি প্ৰমাণ কৰা strlen() ফাংচনটো ব্যৱ্হাৰ কৰি ষ্ট্ৰিংগটোৰ লেনথটো পৰীক্ষা কৰা mail() ফাংচনটোৰ তু, চাবজেক্ট আৰু মেচেজ ফিল্দটো সজোৱা ইমেইল পঠোৱা আৰু কোনো এৰ’ৰচৰ বাবে পৰীক্ষা কৰা