Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Simple Visitor Counter - Assamese

904 visits



Outline:

চিম্প’ল ভিজিতৰ কাউন্টাৰ (Simple Visitor Counter) ৰিফ্ৰেছ বুটাম টিপাৰ গণনাৰ অনুসৰি কিমান উপভোক্তাই আপোনাৰ পৃষ্ঠাটো চালে গণনা কৰে fopen("ফাইল_নেম","পাৰামিটাৰ") ফাইল এটা খুলে (ইয়াক নিৰ্মান কৰে যদি উপলদ্ধ নহয়).পাৰামিটাৰে মোদটো যুক্ত কৰে, w লিখা মোদৰ বাবে, a এপেন্দ মোদৰ বাবে ফাইল_গেত_কন্টেতচ("ফাইল_নেম")- ফাইলটোৰ পৰা বিষয়বস্তুটো পাবলৈ এই ফাংচনটো ব্যৱ্হাৰ কৰা হয় fwrite("ফাইল_নেম",ভেৰিয়েবল) - এই ফাংচনটোৱে ভেৰিয়েবলটোত উপস্থিত থকা ফাইল মানটোত লিখে