User Registration Part 6 - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

This is a sample video. To access the full content,
please Login

535 visits



Outline:

ইউজাৰ ৰেজিষ্ট্ৰেচন অংশ 6 প্ৰদত্ত ইউজাৰনেমটো পৰীক্ষা কৰা যাতে নকল ইউজাৰনেমৰ চৰ্তক অৱজ্ঞা কৰিব পাৰি mysql_কোৱেৰী('টাইপ_হিয়েৰ_ইয়’ৰ_MYSQL_কোৱেৰী') – ইয়াক আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰী ৰান কৰিবলৈ ব্যৱ্হাৰ কৰা হয় । ইয়াত ই দাতাবেচত ইতিমধ্যে ইউজাৰনেমটো উপলদ্ধ নেকী চায় mysql_নাম_ৰৌজ('কোৱেৰী') – এই ফাংচনটো কোৱেৰীটোৰ পৰা আহৰণ কৰা ৰৌজৰ সংখ্যাক গণনা কৰিবলৈ ব্যৱ্হাৰ কৰা হয় strtolower(ষ্ট্ৰিংগ) – ষ্ট্ৰিংগৰ সকলো কেৰেক্তাৰক সৰু ফলাত পৰিবৰ্ত্তন কৰে