No questions yet
409 visits
Outline:ইউজাৰ ৰেজিষ্ট্ৰেচন অংশ 6 প্ৰদত্ত ইউজাৰনেমটো পৰীক্ষা কৰা যাতে নকল ইউজাৰনেমৰ চৰ্তক অৱজ্ঞা কৰিব পাৰি mysql_কোৱেৰী('টাইপ_হিয়েৰ_ইয়’ৰ_MYSQL_কোৱেৰী') – ইয়াক আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰী ৰান কৰিবলৈ ব্যৱ্হাৰ কৰা হয় । ইয়াত ই দাতাবেচত ইতিমধ্যে ইউজাৰনেমটো উপলদ্ধ নেকী চায় mysql_নাম_ৰৌজ('কোৱেৰী') – এই ফাংচনটো কোৱেৰীটোৰ পৰা আহৰণ কৰা ৰৌজৰ সংখ্যাক গণনা কৰিবলৈ ব্যৱ্হাৰ কৰা হয় strtolower(ষ্ট্ৰিংগ) – ষ্ট্ৰিংগৰ সকলো কেৰেক্তাৰক সৰু ফলাত পৰিবৰ্ত্তন কৰে
ইউজাৰ ৰেজিষ্ট্ৰেচন অংশ 6 প্ৰদত্ত ইউজাৰনেমটো পৰীক্ষা কৰা যাতে নকল ইউজাৰনেমৰ চৰ্তক অৱজ্ঞা কৰিব পাৰি mysql_কোৱেৰী('টাইপ_হিয়েৰ_ইয়’ৰ_MYSQL_কোৱেৰী') – ইয়াক আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰী ৰান কৰিবলৈ ব্যৱ্হাৰ কৰা হয় । ইয়াত ই দাতাবেচত ইতিমধ্যে ইউজাৰনেমটো উপলদ্ধ নেকী চায় mysql_নাম_ৰৌজ('কোৱেৰী') – এই ফাংচনটো কোৱেৰীটোৰ পৰা আহৰণ কৰা ৰৌজৰ সংখ্যাক গণনা কৰিবলৈ ব্যৱ্হাৰ কৰা হয় strtolower(ষ্ট্ৰিংগ) – ষ্ট্ৰিংগৰ সকলো কেৰেক্তাৰক সৰু ফলাত পৰিবৰ্ত্তন কৰে
Show video info
Pre-requisite