Variables in PHP - Assamese

1233 visits



Outline:

PHP ত ভেৰিয়েবলসমূহ (Variables) ভেৰিয়েবলসমূহ মানসমূহ জমা কৰিবলৈ ব্যৱ্হাৰ কৰা হয়, যেনে টেক্সত ষ্ট্ৰিংগচ( text strings), সংখ্যা বা এৰেজ(arrays) যেতিয়া ভেৰিয়েবল এটা দিক্লেয়াৰ কৰা হয়, ইয়াক আপোনাৰ স্ক্ৰিপ্তটোত পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি PHP ত সকলো বিলাক ভেৰিয়েবল ড’লাৰ চিহ্ন($)ৰে আৰম্ভ হয় PHP ত ভেৰিয়েবল এটা দিক্লেয়াৰ কৰাৰ সঠিক পদ্ধতিটো হৈছে : $var_name = value(মান);