Iteration - Assamese

508 visits



Outline:

ইটিৰেচন( Iteration) 'for' ষ্টেটমেন্ত(statement)ৰ গাঠনিৰ বাখ্যা-কোৱা যে ভেৰিয়েবল(variable)টো জ্ঞাত হয় তালিকা/ভেক্তৰ( vector)/মেত্ৰিক্স(matrix) এটাৰ ওপৰত(বা এটা সমীকৰণ যি ইয়াৰ যিকোনো এটাক সমাধান কৰে) উদাৰণ দিয়ক: for i = 1:5, disp (i), end তাৰপাছত ব্ৰেক কন্ডিচন(break condition) বাখ্যা কৰা । উদাৰণ ব্যৱ্হাৰ কৰক: for i = 1:10, disp(i), if (i==5), break, end, end তাৰপাছত কন্টিনিউ কন্ডিচন(continue condition) বাখ্যা কৰা । উদাৰণ ব্যৱ্হাৰ কৰক: for i = 1:10, if (i<=5) then continue, else disp(i), end, end হোৱাইল কন্ডিচন (while condition) বাখ্যা কৰা । উদাৰণ দিয়ক: i = 0; while(i <=5), i = i + 1; d