Plotting 2D graphs - Assamese

701 visits



Outline:

প্লটিং 2D গ্ৰাফচ(Plotting 2D graphs) লিনস্পেছ(linspace)ৰ বিষয়ে: লিনস্পেছ(linspace) এটা সুসংগত( linearly) ভাবে সমান দূৰত থকা ভেক্তৰ( vector) এডাল সহজ গ্ৰাফ অংকিত কৰক: x=লিনস্পেছ(linspace)(12,34,10), y=লিনস্পেছ(linspace) (-.1,2,10), প্লট(plot)(x,y) প্লট(plot)2d clf() ব্যৱ্হাৰ কৰি গ্ৰাফিক উইন্দ’(graphic window) খন খালি কৰক প্লট(plot)টোৰ বাবে টাইটল(title)টো কনফিগাৰ(Configure)কৰক লিজেন্দ(legend) এটাক কনফিগাৰ(Configure)কৰক subplot(mnp)ব্যৱহাৰ কৰি গ্ৰাফিক্স উইন্দ’(graphics window)এখনক চাব-উইন্দ’জ(sub-windows)ৰ মেত্ৰিক্স(matrix) এটালৈ বিভক্ত কৰক