Simulating a PID controller using XCOS - Assamese

260 visits



Outline:

Outline: Xcos ব্যৱ্হাৰ কৰি PID কনট্ৰ’লাৰ এটা চিমোলেত কৰা: 1. PID কনট্ৰ’লাৰ এটা ইমপ্লিমেন্ত কৰিবলৈ firstorder.xcos ফাইলক পৰিবৰ্তন কৰা 2. লোপটো বন্ধ কৰা 3. PID গেইনচ সজোৱা আৰু ইয়াৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰা 4. প্ৰয়োজনীয় দেতা প্লত কৰা