Arithmetic Comparison - Assamese

625 visits



Outline:

বেচ কম্পেৰিজন(Bash comparison)- আৰিথমেটিক কম্পেৰিজন (Arithmetic comparison) আৰিথমেটিক কম্পেৰিজন (Arithmetic comparison) -eq(ইকুৱেল তু) -ne(নট ইকুৱেল তু) এটা শব্দ গণনাকাৰি প্ৰোগ্ৰামৰ সৈতে -eq আৰু –ne ৰ বাখ্যা(Demonstration)(ব্যৱহৃত হৈছে: `wc -w`) -lt(লেচাৰ দেন) -le(লেচাৰ দেন বা ইকুৱেল তু) -gt(গ্ৰেটাৰ দেন) -ge(গ্ৰেটাৰ দেন বা ইকুৱেল তু) এটা শব্দ গণনাকাৰি প্ৰোগ্ৰামৰ সৈতে -lt,-gt, -ge আৰু -le ৰ বাখ্যা (Demonstration) (ব্যৱহৃত হৈছে: `wc -c`)