More on functions - Assamese

691 visits



Outline:

ম’ৰ অন ফাংচনচ (More on Functions) ফাংচন এটাত ল’কেল ভেৰিয়েবল (Local variable in a function) ফাংচন এটাত গ্ল’বেল ভেৰিয়েবল (Global variable in a function) ল’কেল আৰু গ্ল’বেল ভেৰিয়েবলচৰ পৰিসৰ (Scope of local and global variables) ল’কেল আৰু গ্ল’বেল ভেৰিয়েবলৰ এটা উদাহৰণৰ দ্বাৰা বৰ্ণনা (Demonstration of local and global variable by an example) (ব্যৱ্হাৰ কৰা উদাহৰণ: সম্পূৰ্ণ নামটো দৰ্শিত কৰা) কমান্ড লাইন আৰগুমেন্তচ পঠোৱা (Passing command line arguments) কমান্ড লাইন আৰগুমেন্তচ পঠোৱাটো এটা উদাহৰণৰ দ্বাৰা বৰ্ণনা (Demonstration of passing command line arguments by an example) (ব্যৱ্হাৰ কৰা উদাহৰণ: সহজ বাৰ্তা দৰ্শিত কৰা)