ANIMATE 2025 is here! 2D/3D animation hackathon using Synfig Studio and Blender. For more details, Click here!

Case statement - Assamese

959 visits



Outline:

কেচ ষ্টেটমেন্ত ইন বেচ (Case statement in BASH) কেচ ষ্টেটমেন্তৰ গুৰুত্ব (Importance of case statement) কেচৰ গাঠণি (Syntax of case)(একক আৰু বহু দুয়োটা অপচনৰ সৈতে) কেচ ষ্টেটমেন্তৰ কাৰ্যপ্ৰৱাহ (Work-flow of case statement) কেচ ব্যৱ্হাৰ কৰি মেনুচ নিৰ্মাণ কৰা (Creating menus using case) কেচ ষ্টেটমেন্তৰ উদাহৰণ (Case statement example) দিস্ক স্পেছ পৰীক্ষা কৰিবলৈ সহজ টেষ্টৰ সৈতে কেচ ষ্টেটমেন্তৰ বাখ্যা (Illustration of case statement with simple test for checking disk space)