Half-Day Online Pilot Workshop on AutoDock4 on 9 August 2024, 2:00 pm to 5.30 pm. Click here to register.

Breastfeeding during COVID-19 - Assamese

151 visits



Outline:

1. ক’ভিড-১৯ (COVID-19) - ক’ভিড-১৯ (COVID-19) কি হয়? - ই কেনেকৈ বিয়পে - এই ৰোগৰ লক্ষণসমূহ 2. ক’ভিড-১৯ (COVID-19)ৰ সময়ত স্তনপান কৰোৱা - স্তনৰ গাখীৰৰ গুৰূত্ব - শিশুক আহাৰ খুৱাবৰ বাবে সাধাৰণ গাইদলাইনচ - শিশুটোক আহাৰ খুৱাওঁতে স্বচ্ছতা অটুত ৰাখিবলৈ গাইদলাইনচ - মাক বা শিশুৰ বাবে গাইদলাইনচ যাৰ ক’ভিড-১৯ (COVID-19) হৈছে - মেডিকেল মাস্ক, টিচু পেপাৰ আৰু ৰুমালৰ ব্যৱ্হাৰ - শিশুটোক আহাৰ খুৱাবৰ বাবে অপচনসমূহ যেতিয়া মাক অসুস্থ হয় - ছালৰ লগত ছালৰ স্পৰ্শ আৰু কংগাৰু মাদাৰ কেয়াৰ