Half-Day Online Pilot Workshop on AutoDock4 on 9 August 2024, 2:00 pm to 5.30 pm. Click here to register.

Making a protective face cover at home - Assamese

166 visits



Outline:

1. মুখাৱৰণ এটা পিন্ধাৰ প্ৰয়োজনীয়তা 2. স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে গুৰূত্বপূৰ্ণ সাবধানীয়তা 3. ক’ভিদ-১৯ ৰোগীসকলৰ বাবে গুৰূত্বপূৰ্ণ সাবধানীয়তা 4. ঘৰত বনোৱা মুখাৱৰণ সম্বন্ধীয় সুৰক্ষাৰ বিধিসমূহ 5. চিলাই মেচিন এটাৰ সৈতে মুখাৱৰণ এখন বনোৱাৰ প্ৰণালী *মুখাৱৰণখন বনাবলৈ আৱশ্যকীয় সামগ্ৰীসমূহ 6. চিলাই মেচিন এটাৰ অবিহনে মুখাৱৰণ এখন বনোৱাৰ প্ৰণালী *মুখাৱৰণখন বনাবলৈ আৱশ্যকীয় সামগ্ৰীসমূহ 7. মুখাৱৰণখন পিন্ধাৰ আগতে ল’বলগীয়া সাবধানতা 8. মুখাৱৰণখন খোলোতে ল’বলগীয়া সাবধানতা 9. মুখাৱৰণখন বীজাণুমুক্ত কৰা 10. মুখাৱৰণখন সযতনে জমা ৰখা

Width:1280 Height:720
Duration:00:11:04 Size:8.2 MB

Show video info

Pre-requisite


No Pre-requisites for this tutorial.