The Tutorials in this series are created LibreOffice Suite 3.3. on windows. LibreOffice Base is the database front-end of the LibreOffice suite,Base is the equivalent of Microsoft Access. Read more
Foss : LibreOffice Suite Base - Assamese
Outline: এটা সহজ ফর্ম তৈয়াৰ কৰক ফর্ম কি হয়? উইজার্ড ব্যবহাৰ কৰি এখন ফর্ম তৈয়াৰ কৰা.
Outline: এখন সহজ ফর্ম পৰিবর্তন কৰা
Outline: ফর্ম নিয়ন্ত্রণৰ (controls) সৈতে এখন জটিল ফর্ম তৈয়াৰ কৰক ফর্ম উপাদানক পৃথক কৰক. লেবেল পুণ:নামাকৰন কৰা. ফন্ট আৰু মাপ পৰিবর্তন কৰা. ফর্ম উপাদানৰ অবস্থান পৰিবর্তন কৰা.
Outline: এখন ফৰ্মলৈ তালিকা বক্স ফর্ম নিয়ন্ত্রণ(control) যোগ কৰক
Outline: এখন ফৰ্মলৈ পোছ( Push) বটন যোগ কৰক
Outline: এখন ফৰ্মত দেটা ভৰোৱা আেৰু আপডেট কৰা
Outline: কোয়েৰি উইজার্ড ব্যবহাৰ কৰি প্ৰশ্ন তৈয়াৰ কৰা
Outline: উিজাইন ভিউ ব্যবহাৰ কৰি প্ৰশ্ন তৈয়াৰ কৰা
Outline: ৰিপৰ্ট তৈয়াৰ কৰা
Outline: ৰিপোর্ট পৰিবর্তন কৰা
Outline: টেবুল তৈয়াৰ কৰা ভিউ তৈয়াৰ কৰা এটা উপস্থিত থকা টেবুল অনুলিপি দ্বাৰা এটা টেবুল তৈয়াৰ কৰা.
Outline: উপফৰ্ম তৈয়াৰ কৰা
Outline: SQL ভিউত সহজ প্রশ্ন তৈয়াৰ কৰা
Outline: SQL ভিউ IIত সহজ প্রশ্ন তৈয়াৰ কৰা
Outline: তথ্য উৎস অ্যাক্সেস কৰা এটা তথ্য উৎস অ্যাক্সেস কৰা * .odb ডেটাবেস ৰেজিস্টাৰ কৰা তথ্য উৎস চোৱা ৰাইটাৰত তথ্য সূত্র ব্যবহাৰ কৰ
Outline: ডাটাবেস প্রতিপালন কৰা ডাটা স্ট্রাকচাৰ পৰিবর্তন কৰা. ডি-ফ্ৰেগমেন্ট ডাটাবেস. ব্যাকআপ
Outline: ইন্ডেক্স, টেবোল ফিল্টাৰ, SQL কমান্ড উইন্ডো
Outline: ডাটাবেস ডিজাইন, উদ্দেশ্য, অৰ্গেনাইজ টেবোল
Outline: ডেটাবেস ডিজাইন, প্রাইমাৰী বা মূল-কি আৰু সম্পর্ক(Relationships) তথ্যবোৰ কলমত ৰাখক প্রাইমাৰী বা মূল-কি উল্লেখ কৰা টেবোল সম্পর্ক(table relationships) সংস্থাপন কৰা
Outline: ডেটাবেস-এৰ ডিজাইন, ডেটাবেসৰ গঠন পৰিবর্তন(Refine) আৰু normalization নিয়মাবলী ডেটাবেস-এৰ গঠন পৰিবর্তন কৰা normalization নিয়মাবলী প্ৰয়োগ কৰা ডেটাবেস-এৰ ডিজাইন টেস্ট কৰা