Common Way to Display HTML - Assamese

357 visits



Outline:

HTML প্রদর্শন কৰাৰ সাধাৰণ উপায় আমি PHP স্ক্রিপ্তৰ মাজতো HTML ক’ড ব্যবহাৰ কৰিব পাৰো । প্রায় প্ৰত্যেকটো HTML টেগচ (Tags) PHP স্ক্রিপ্ত এটাৰ মাজত ব্যবহাৰ কৰিব পাৰি