User Login Part 2 - Assamese

320 visits



Outline:

ইউজাৰ ল’গিন অংশ 2 ইনপুত কৰা ইউজাৰনেমৰ বিষয়ে তথ্য আহৰণ কৰে আৰু প্ৰদত্ত পাচৱৰ্দটো দাতাবেচত থকা পাচৱৰ্দৰ সৈতে মিলে নেকি পৰীক্ষা কৰে mysql_কোৱেৰী('টাইপ_হিয়েৰ_ইয়’ৰ_MYSQL_কোৱেৰী') - আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰী ৰান কৰিবলৈ ইয়াক ব্যৱ্হাৰ কৰা হয় । ইয়াত ই নিৰ্দিষ্ট টেবলৰ ইউজাৰনেম ফিল্দৰ পৰা তথ্য সংগ্ৰহ কৰে mysql_নাম_ৰৌজ('কোৱেৰী') - দাতাবেচটোলৈ দিয়া কোৱেৰীটোৰ পৰা ৰৌজৰ সংখ্যাটো গণনা কৰিবলৈ এই ফাংচনটো ব্যৱ্হাৰ কৰা হয় mysql_fetch_assoc('কোৱেৰী')- এই ফাংচনটোৱে প্ৰয়োজনীয় তথ্য দাতাবেচৰ পৰা এৰে হিচাবে আহৰণ কৰে