XAMPP in Windows - Assamese

2795 visits



Outline:

উইন্দ’চ (Windows)ত XAMPP উইন্দ’চ (Windows)ত XAMPP ইনস্তল কৰা XAMPP হৈছে আপাছি (Apache), PHP আৰু MySQL পেকেজসমূহৰ দ্বাৰা গঠিত উইন্দ’চ ৰ বাবে উপলদ্ধ এটা ক্রমসঞ্চিত পেকেজ (cumulative package) এই টিউট’ৰিয়েলটোত XAMPP টো ইনস্তল কৰা হ’ব আৰু দিফল্ট (default) ওৱেব চাৰ্ভাৰ (Webserver) দাইৰেক্তৰী (directory)টো হ’ব "htdocs"

Width:864 Height:480
Duration:00:09:35 Size:4.5 MB

Show video info

Pre-requisite


No Pre-requisites for this tutorial.