PHP String Functions Part 1 - Assamese

445 visits



Outline:

PHP ষ্ট্ৰিংগ ফাংচনচ (অংশ 1) strlen(ষ্ট্ৰিংগ) - এই ফাংচনটোৱে কেৰেক্তাৰৰ মুঠ সংখ্যা গণনা কৰে, ষ্ট্ৰিংগটোত সংখ্যা আৰু হোৱাইত স্পেছক ধৰি mb_substr(ষ্ট্ৰিংগ,ষ্টাৰটিংগ_প’জিচন,no_অফ_কেৰেক্তাৰচ) - এই ফাংচনটোৱে ষ্ট্ৰিংগ এটাৰ পৰা এটা নিৰ্দিষ্ট কেৰেক্তাৰ লয় আৰু ইয়াক লৈ থকা কেৰেক্তাৰচৰ সংখ্যাৰ এটা পৰিসৰ এক্সপ্ল’দ("দিলিমিটাৰ",ষ্ট্ৰিংগ) - এই ফাংচনটোৱে ষ্ট্ৰিংগটোক এটা এৰেলৈ ভাঙে । ষ্ট্ৰিংগটো ক’ৰ পৰা ভাঙিব লাগে জানিবলৈ দিলিমিটাৰ ব্যৱ্হাৰ কৰা হয় ইমপ্ল’দ(ষ্ট্ৰিংগ,"দিলিমিটাৰ") - এই ফাংচনটোৱে এৰেটোক এটা ষ্ট্ৰিংগত যুক্ত কৰে । এৰে উপাদানসমূহ কেনেকৈ যুক্ত কৰিব লাগে জানিবলৈ দিলিমিটাৰ ব্যৱ্হাৰ কৰা হয় nl2br() - এই ফাংচনটোৱে লিখাৰ দৰে হুবহুকৈ বিষয়বস্তুটো ছপা কৰে । শাৰী ভঙাৰ বাবে ব্যৱ্হৃত হয়