Display Images from a Directory - Assamese

404 visits



Outline:

দিচপ্লে ইমেজেচ ফ্ৰম এ দাইৰেক্তৰী (Display Images from a Directory) দাইৰেক্তৰী হেন্দল এটা খুলিবলৈ opendir() ব্যৱ্হাৰ কৰা দাইৰেক্তৰী এটা পঢ়িবলৈ readdir() ব্যৱ্হাৰ কৰা যি ইতিমধ্যে খোলা আছে তালিকাভুক্ত দাইৰেক্তৰীটো ছপা কৰা