PHP String Functions Part 2 - Assamese

467 visits



Outline:

PHP ষ্ট্ৰিংগ ফাংচনচ (অংশ 2) strrev(ষ্ট্ৰিংগ) - এই ফাংচনটো ইনপুত কৰা ষ্ট্ৰিংগটো বিপৰীত কৰিবলৈ ব্যৱ্হৃত হয় strtolower(ষ্ট্ৰিংগ) - এই ফাংচনটো ষ্ট্ৰিংগটোত সকলো বৰ্ণযুক্ত কেৰেক্তাৰক সিহঁতৰ সৰু/ল’ৱাৰ কেচ ফৰ্মলৈ পৰিবৰ্ত্তন কৰিবলৈ ব্যৱ্হৃত হয় strtoupper(ষ্ট্ৰিংগ) - এই ফাংচনটো ষ্ট্ৰিংগটোত সকলো বৰ্ণযুক্ত কেৰেক্তাৰক সিহঁতৰ বৰ/আপাৰ কেচ ফৰ্মলৈ পৰিবৰ্ত্তন কৰিবলৈ ব্যৱ্হৃত হয় substr_কাউন্ট(ষ্ট্ৰিংগ,চাব_ষ্ট্ৰিংগ,) – ই ষ্ট্ৰিংগটোত নিৰ্দিষ্ট মানৰ লগত মিলা চাবষ্ট্ৰিংগৰ সংখ্যাক গণনা কৰে । ই এটা ইন্তিজাৰ মান ঘূৰাই দিয়ে substr_ৰিপ্লেচ(অৰিজিনেল_ষ্ট্ৰিংগ,ষ্ট্ৰিংগ_তু_ৰিপ্লেচ) - এই ফাংচনটোৱে চাবষ্ট্ৰিংগৰ বিষয়বস্তুক মূল ষ্ট্ৰিংগটোত স্থানান্তৰ কৰে