Loops For Statement - Assamese

383 visits



Outline:

লোপচ (Loops) – ফৰ (For) ষ্টেতমেন্ত ফৰ লোপটো ব্যৱহাৰ কৰা হয় যেতিয়া আপুনি আগতিয়াকৈ জানে যে কিমান বাৰ স্ক্ৰিপ্তটো ৰান হ’ব লাগিব গাঠণি : For(ফৰ) (init; condition(চৰ্ত); increment(বৰ্ধন)) কাৰ্যকৰী হ’বলগা ক’ড;