MySQL Part 3 - Assamese

314 visits



Outline:

MySQL (অংশ 3) দাতাবেচত কিছু দাতা লিখা (ইনচাৰ্ত (INSERT) আৰু আপদেত (UPDATE) কোৱেৰীচ) mysql_query(কোৱেৰী)('TYPE(টাইপ)_HERE(হিয়েৰ)_YOUR(ই্য়’ৰ)_MYSQL_QUERY(কোৱেৰী)') – এই ফাংচনটো আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰীচ চলাবলৈ ব্যৱ্হাৰ কৰা হয় INSERT(ইনচাৰ্ত) QUERY(কোৱেৰী) – INSERT(ইনচাৰ্ত) into(ইনতু) table(টেব’ল) values(ভেলুচ) ('att1', 'att2' , 'att3', 'att4' ,'att5') //টেব’লত দাতা ভৰ্ত্তি কৰে UPDATE(আপদেত) QUERY(কোৱেৰী) - UPDATE(আপদেত) table(টেব’ল)_name(নেম) SET(চেত) att1='xyz' //দাতাবেচটোৰ টেব’লত জমা হৈ থকা উপলদ্ধ মানসমূহক সংশোধিত কৰে