User Registration Part 4 - Assamese

333 visits



Outline:

ইউজাৰ ৰেজিষ্ট্ৰেচন অংশ 4 কোৱেৰীৰ দ্বাৰা উপভোক্তাৰ পৰা ইনপুত কৰা তথ্য দাতাবেচ টেবলত ভৰ্ত্তি কৰা mysql_কানেক্ট("হ’ষ্টনেম", "ইউজাৰনেম", "পাচৱৰ্দ") – অনুমোদিত ইউজাৰ আৰু পাচৱৰ্দৰ সৈতে দাতাবেচ চাৰ্ভাৰটোলৈ সংযোগ কৰে mysql_চিলেক্ট_db("দাতাবেচ_নেম") – ই সংযোজিত দাতাবেচ চাৰ্ভাৰৰ মাজৰ পৰা দাতাবেচ এটা নিৰ্বাচিত কৰে mysql_কোৱেৰী('টাইপ_হিয়েৰ_ইয়’ৰ_MYSQL_কোৱেৰী') – ইয়াক আমাৰ দাতাবেচত নিৰ্দিষ্ট কোৱেৰী ৰান কৰিবলৈ ব্যৱ্হাৰ কৰা হয় । ইয়াত ই দাতাবেচ টেবলত বিভিন্ন ফিল্দচ ভৰ্ত্তি কৰে